ka jingthaitka jingthiah

ka jingthew (Khasi) [ Roman: ka.jing.thew]
Contributed by: Himasri Das on 2023-05-03
1. (Abstract Noun) the remaining sum after all credits and debits are taken into account সকলো জমা-খৰচৰ হিচাপ কৰাৰ পাছত হাতত থকা ধন

Contributed by: Himasri Das on 2023-08-06
2. (Proper Noun) It is the basic unit of length in the metric system and in the International System of Units (SI), used around the world for general and scientific purposes, equivalent to 39.37 U.S. inches, originally intended to be, and being very nearly, equal to one ten-millionth of the distance from the equator to the pole measured on a meridian: defined from 1889 to 1960 as the distance between two lines on a platinum-iridium bar (the “International Prototype Meter”) preserved at the International Bureau of Weights and Measures near Paris; from 1960 to 1983 defined as 1,650,763.73 wavelengths of the orange-red radiation of krypton 86 under specified conditions; and now defined as 1299,792,458 of the distance light travels in a vacuum in one second. মেট্ৰিক পদ্ধতি অথবা আন্তৰ্জাতিক পদ্ধতি (SI) অনুসৰি দৈৰ্ঘ্যৰ সৰ্বসন্মত একক | এক মিটাৰ প্ৰায় ৩৯.৩৭ ইঞ্চি দৈৰ্ঘ্যৰ সমান । আদিতে এই এককটো বিষুৱ ৰেখাৰ পৰা মেৰুৰ মাজৰ দৈৰ্ঘ্যৰ এক কোটি ভাগৰ এভাগ বুলি ধৰি লোৱা হৈছিল | পিছত ১৮৮৯-১৯৬০ ইং চনলৈ এই এককটোৰ মান পেৰিচৰ ইন্টাৰনাশ্বনেল ব্যুৰু অৱ মিজাৰ্ছত থকা এডাল বিশেষ প্লেটিনাম-ইৰিডিয়াম দণ্ডৰ দুটা চিহ্নৰ মাজৰ দূৰত্বৰ সমান বুলি গণ্য কৰা হৈছিল | পিছত আকৌ ১৯৬০-১৯৮৩ ইং চনলৈ এই এককৰ মান কৃপ্টন-৮৬ (Cr86) ধাতুৰ পৰা ওলোৱা কমলা-ৰঙা ৰশ্মিৰ তৰঙ্গদৈৰ্ঘ্যৰ ১,৬৫০,৭৬৩.৭৩ গুণ বুলি অভিহিত কৰে | বৰ্তমানে এই এককৰ মান পোহৰে এক চেকেণ্ডত অতিক্ৰম কৰিব পৰা দূৰত্বৰ ২৯৯,৭৯২,৪৫৮ ভাগৰ এভাগ বুলি ধৰি লোৱা হৈছে ।